এছিয়ান গেমছ… হিমা, ৰ’দালি, অস্মিতা, শিৱ, কবিতা, প্ৰমীলাই খেলিব কেতিয়া?

এছিয়ান গেমছ… হিমা, ৰ’দালি, অস্মিতা, শিৱ, কবিতা, প্ৰমীলাই খেলিব কেতিয়া?
  • ২০ আগষ্টত অস্মিতা চলিহাই খেলিব।
  • ২১ আগষ্টত ৰ'দালী বৰুৱা আৰু কবিতা দেৱীয়ে খেলিব।
  • ২৩ আগষ্টত আৰ্চাৰ প্ৰমীলা দৈমাৰীৰ খেল।
  • ২৪ আগষ্টত বক্সাৰ শিৱ থাপাৰ খেল।
  • ২৫ আগষ্ট পুৱা ৮:৩০ বজাত হিমাৰ ৪০০ মিটাৰৰ প্ৰাৰম্ভিক খেল।
  • ২৫ আগষ্ট সন্ধিয়া ৭:২০ বজাত মহিলাৰ ৪০০ মিটাৰৰ ছেমি ফাইনেল।
  • ২৬ আগষ্টত মহিলাৰ ৪০০ মিটাৰ ফাইনেল।
  • ২৮ আগষ্টত পুৱা হিমা দাসৰ ২০০ মিটাৰৰ প্ৰাৰম্ভিক খেল।
  • ২৮ আগষ্টত সন্ধিয়া ২০০ মিটাৰৰ ছেমি ফাইনেল।
  • ২৯ আগষ্টত সন্ধিয়া মহিলাৰ ২০০ মিটাৰ ফাইনেল।
  • ৩০ আগষ্টত ৪×৪০০ মিটাৰ ৰিলেত খেলিব হিমা দাসে।
  • ৩০ আগষ্টত সন্ধিয়া ৪×৪০০ মিটাৰ ৰিলেৰ ফাইনেল খেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in