ডুবাইত ৮ উইকেটত পাকিস্তানক পৰাভূত কৰিলে ভাৰতে!

ডুবাইত ৮ উইকেটত পাকিস্তানক পৰাভূত কৰিলে ভাৰতে!
  • ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ দ্বিতীয়খন মেচত ভাৰতৰ বৃহৎ জয়।
  • ৮ উইকেটত পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে।
  • পাকিস্তানক পৰাস্ত কৰা পাছতেই দেশজুৰি উৎসাহ-উল্লাহ।
  • মুম্বাইত অবতৰীয়া দীপাৱলি।
  • টছত জিকি প্ৰথমে বেটিং কৰিছিল পাকিস্তানে।
  • ৪৩.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৬২ ৰান।
  • মাত্ৰ ২৯ অভাৰতে ভাৰতে এই লক্ষ্যত উপনীত হয়।
  • হংকঙত পৰাস্ত কৰাৰ পাছতে এছিয়া কাপত ভাৰতৰ দ্বিতীয় বিজয়।
  • ভাৰতীয় দলক শুভেচ্ছা প্ৰাক্তন ভাৰতীয় খেলুৱৈ বীৰন্দৰ ছেহৱাগৰ।
  • ভূৱনেশ্বৰ কুমাৰে ১৫ৰানৰ বিনময়ত দখল কৰে দুটা উইকেট।
  • সুন্দৰ প্ৰদৰ্শন কৰে আন এজন ভাৰতীয় বলাৰ কেডাৰ যাদৱে।
  • ২৩ৰানৰ বিনিময়ত দখল কৰে ৩টা উইকেট।
  • অৰ্ধ শতক অৰ্জন কৰে বেটছমেন ৰোহিত শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in