শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

ডুবাইত ৮ উইকেটত পাকিস্তানক পৰাভূত কৰিলে ভাৰতে!

317
  • ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ দ্বিতীয়খন মেচত ভাৰতৰ বৃহৎ জয়।
  • ৮ উইকেটত পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে।
  • পাকিস্তানক পৰাস্ত কৰা পাছতেই দেশজুৰি উৎসাহ-উল্লাহ।
  • মুম্বাইত অবতৰীয়া দীপাৱলি।
  • টছত জিকি প্ৰথমে বেটিং কৰিছিল পাকিস্তানে।
  • ৪৩.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৬২ ৰান।
  • মাত্ৰ ২৯ অভাৰতে ভাৰতে এই লক্ষ্যত উপনীত হয়।
  • হংকঙত পৰাস্ত কৰাৰ পাছতে এছিয়া কাপত ভাৰতৰ দ্বিতীয় বিজয়।
  • ভাৰতীয় দলক শুভেচ্ছা প্ৰাক্তন ভাৰতীয় খেলুৱৈ বীৰন্দৰ ছেহৱাগৰ।
  • ভূৱনেশ্বৰ কুমাৰে ১৫ৰানৰ বিনময়ত দখল কৰে দুটা উইকেট।
  • সুন্দৰ প্ৰদৰ্শন কৰে আন এজন ভাৰতীয় বলাৰ কেডাৰ যাদৱে।
  • ২৩ৰানৰ বিনিময়ত দখল কৰে ৩টা উইকেট।
  • অৰ্ধ শতক অৰ্জন কৰে বেটছমেন ৰোহিত শৰ্মাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি