গেহলটৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ ৰাজস্থানত উপস্থিত ৰাহুল গান্ধী

গেহলটৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ ৰাজস্থানত উপস্থিত ৰাহুল গান্ধী
  • আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব অশোক গেহলটে।
  • শপতগ্ৰহণ অনুষ্ঠানত অংশ ল'বলৈ জয়পুৰত উপস্থিত হৈছেগৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী।
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙো গৈ উপস্থিত হৈছে ৰাজস্থানত।
  • কংগ্ৰেছৰ ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত শেষ মুহূৰ্তত উপস্থিত নাথাকিবও পাৰে বি এছ পিৰ নেত্ৰী মায়াৱতী।
  • অখিলেশ যাদৱৰো শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা সম্ভাৱনা ক্ষীণ।
  • অশোক গেহলটৰ লগতে ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল'ব শচীন পাইলটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in