ডিম্পুলক হত্যা কৰা বুলি স্বীকাৰ আশীষ গুপ্তাৰ…

ডিম্পুলক হত্যা কৰা বুলি স্বীকাৰ আশীষ গুপ্তাৰ…
  • হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে আশীষ গুপ্তাই।
  • আৰক্ষীক জনালে ডিম্পলৰ ম'বাইলটো লুকুৱাই ৰখা বুলি।
  • এটা ড্ৰামৰ তলত লুকুৱাই ৰাখিছিল ম'বাইল ফোনটো।
  • উল্লেখ্য যে, কিছু সময় পূৰ্বে উজানবজাৰস্থিত বাসগৃহলৈ অনা হৈছিল ডিম্পলৰ মৃতদেহ।
  • আৰক্ষীয়ে আশীষক ঘৰলৈ নি তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in