শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

ডিম্পুলক হত্যা কৰা বুলি স্বীকাৰ আশীষ গুপ্তাৰ…

  • হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে আশীষ গুপ্তাই।
  • আৰক্ষীক জনালে ডিম্পলৰ ম’বাইলটো লুকুৱাই ৰখা বুলি।
  • এটা ড্ৰামৰ তলত লুকুৱাই ৰাখিছিল ম’বাইল ফোনটো।
  • উল্লেখ্য যে, কিছু সময় পূৰ্বে উজানবজাৰস্থিত বাসগৃহলৈ অনা হৈছিল ডিম্পলৰ মৃতদেহ।
  • আৰক্ষীয়ে আশীষক ঘৰলৈ নি তদন্ত আৰম্ভ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি