ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি…

ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি…
  • বৃদ্ধি পালে বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা।
  • বিষাক্ত সুৰাপান কৰি এইপৰ্যন্ত ৯৯জন লোকৰ মৃত্যু।
  • যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪৫জন আৰু গোলাঘাটত ৪৬জনৰ মৃত্যু।
  • বৰহোলাত শুকুৰবাৰে মৃত্যু ঘটিছিল ৮জন লোকৰ।
  • যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৮৪গৰাকী অসুস্থ লোক আৰু গোলাঘাট জিলা হাস্পতালত এতিয়াও চিকিত্সাধীন হৈ আছে ২৭জন লোক।
  • আনহাতে বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ পৰিয়ালক দিয়া হ'ব আৰ্থিক সাহায্য।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিব সাহায্যৰ পৰিমাণ।
  • গোলাঘাট জিলা হাস্পতালত উপস্থিত হৈ সংবাদমাধ্যমক হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।
  • বিষাক্ত সুৰাপান কৰি অসুস্থ আনসকলৰ স্বাস্থ্যৰ বুজ লৈ মন্ত্ৰীজনে ক'লে গোলাঘাটলৈ নিয়া হ'ব ৪জনীয়া মেডিকেল টীম।
  • লগতে লালীগুৰ নিষিদ্ধ সম্পৰ্কে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in