শেহতীয়া খবৰ
বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...

অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্‍ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

169
  • অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্‍ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ।
  • হেলিপেডত উদ্ধাৰ ৩৭ ডাল জিলেটিনৰ এটা বাণ্ডিল।
  • ই ভি এম কঢ়িয়াবলগীয়া হেলিকপ্টাৰত বিস্ফোৰণৰ পৰিকল্পনাৰে বিস্ফোৰকখিনি ৰখাৰ সন্দেহ।
  • অৰুণাচলত শনিবাৰে ১৭টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণৰ ই ভি এম সমূহ ধ্বংস কৰাৰ অভিসন্ধিৰ সন্দেহ।
  • অঞ্চলটোত বিস্ফোৰক উদ্ধাৰৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।
  • ক্ষোভিত ৰাইজে ঘেৰাও কৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়।
  • শীঘ্ৰে আৰক্ষী অধীক্ষকক ঘটনাৰ সঠিক তদন্তৰ দাবী ৰাইজৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি