অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্‍ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্‍ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ
  • অৰুণাচল প্ৰদেশৰ ক'ল'ৰিয়াঙত বৃহত্‍ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ।
  • হেলিপেডত উদ্ধাৰ ৩৭ ডাল জিলেটিনৰ এটা বাণ্ডিল।
  • ই ভি এম কঢ়িয়াবলগীয়া হেলিকপ্টাৰত বিস্ফোৰণৰ পৰিকল্পনাৰে বিস্ফোৰকখিনি ৰখাৰ সন্দেহ।
  • অৰুণাচলত শনিবাৰে ১৭টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণৰ ই ভি এম সমূহ ধ্বংস কৰাৰ অভিসন্ধিৰ সন্দেহ।
  • অঞ্চলটোত বিস্ফোৰক উদ্ধাৰৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।
  • ক্ষোভিত ৰাইজে ঘেৰাও কৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়।
  • শীঘ্ৰে আৰক্ষী অধীক্ষকক ঘটনাৰ সঠিক তদন্তৰ দাবী ৰাইজৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in