শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

অৰুণাচল প্ৰদেশত সেনা-এন এছ চি এন (কে)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি

218
  • অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটক থানাৰ অধীনৰ খালকবস্তিত সেনা আৰু এন এছ চি এন (কে)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।
  • এই সংঘৰ্ষত এজন উগ্ৰপন্থী সদস্য গুলীবিদ্ধ হোৱা বুলি দাবী কৰিছে সেনা।
  • ঘটনাস্থলীৰ পৰা উদ্ধাৰ এটা AK-47 ৰাইফল।
  • সেনাই চাৰি সন্দেহজনক এন এছ চি এন (কে)) সদস্যক আটক কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি