বিজেপিত খহনীয়া, ২ মন্ত্ৰী আৰু ৫ বিধায়কে আজি যোগ দিব নতুন দলত!

বিজেপিত খহনীয়া, ২ মন্ত্ৰী আৰু ৫ বিধায়কে আজি যোগ দিব নতুন দলত!
  • অৰুণাচল বিজেপিত খহনীয়া।
  • লোকসভা-বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চৰম বিপৰ্যয়ৰ দিশে অৰুণাচল প্ৰদেশৰ বিজেপি।
  • অৰুণাচলৰ ৭ জন মন্ত্ৰী-বিধায়কে বাহৰ পাতি আছে মহানগৰীৰ তাজ ভিভান্টাত।
  • মঙলবাৰে কংৰাড চাংমা নেতৃত্বাধীন এন পি পিত যোগদানৰ সম্ভাৱনা।
  • সোমবাৰে নিশাই তাজ ভিভাণ্টাত উপস্থিত হৈছিলহি এন পি পিৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যনন্ত্ৰী কনৰাড চাংমা।
  • অৰুণাচলৰ মন্ত্ৰী আৰু বিধায়কৰ সৈতে বৈঠকত বহে চাংমা।
  • বিজেপি এৰিব লগা মন্ত্ৰীসকলৰ ভিতৰত আছে অৰুণাচলৰ গৃহমন্ত্ৰীয়ো।
  • প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে বিজেপি এৰিব এইসকল মন্ত্ৰী-বিধায়কে।
  • পদত্যাগ কৰিব লগীয়া অৰুণাচলৰ সকলৰ ভিতৰত ২জন মন্ত্ৰী আৰু ৫ জন বিধায়ক।
  • মন্ত্ৰীসকলৰ ভিতৰত আছে অৰুণাচলৰ গৃহমন্ত্ৰী আৰু পৰ্যটনমন্ত্ৰী।
  • ৰাজ্যখনত আৰ এছ এছৰ ভেঁটিও যথেষ্ট সবল।
  • বহু আৰ এছ এছ নেতাই টিকট নোপোৱাক লৈও ৰাজ্যখনত তীব্ৰ অসন্তুষ্টি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in