তিনি দিনৰ জেৰাৰ অন্তত মাজুলীত গ্ৰেপ্তাৰ এছ আই জোনমণি ৰাভা

তিনি দিনৰ জেৰাৰ অন্তত মাজুলীত গ্ৰেপ্তাৰ এছ আই জোনমণি ৰাভা

  • গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত এছ আই জোনমণি ৰাভা।
  • আৰক্ষী অধীক্ষক গৌতম বৰাই সদৰি কৰিলে এই কথা।
  • তিনিদিন ধৰি আৰক্ষীয়ে মাজুলীৰ গড়মুৰ থানাত মাৰাথন জেৰা চলাইছিল ৰাভাক।
  • তেওঁৰ দুটা বেংক একাউন্টত প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল।
  • প্ৰৱঞ্চনাৰ গোচৰত ভাবি স্বামী ৰাণা পাগাগৰ সৈতে নাম সাঙোৰ খাইছিল জোনমণিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in