অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি…

অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি…

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিষ্ঠিত সাংবাদিক তথা ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰা হৈছে। উচ্চতম ন্যায়ালয়ে ৪ সপ্তাহলৈ বৃদ্ধি কৰিছে গোস্বামীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ।

উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰা শুনানিত বোম্বে উচ্চ ন্যায়ালয়ক পুনৰ সমালোচনা কৰে। ন্যায়ালয়ে কয়, স্বাধীনতা নিৰ্দিষ্ট কেইজনমান লোকৰ বাবে নহয়। উল্লেখ্য যে, অন্বয় নাইকৰ আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে সঠিক প্ৰমাণ নেপোৱাত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰেষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in