শেহতীয়া খবৰ
৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...  •  ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO...  •  যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে...

সেনা দিৱসত প্ৰধানমন্ত্ৰীৰ বিশেষ ভিডিঅ’ শ্বেয়াৰ… চাওঁক VIDEO

211

ডিজিটেল ডেস্কঃ বুধবাৰে উদযাপন কৰা হয় ৭২ সংখ্যক সেনা দিৱস। সেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰত শ্বেয়াৰ কৰে এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে কেনেদৰে ভাৰতীয় সেনা বাহিনীৰ বিষয়া-জোৱানে এগৰাকী সন্তান সম্ভৱা মহিলাক বৰফৰ মোটা চাদৰৰ মাজেৰে বাট উলিয়াই হাস্পতাললৈ লৈ গৈছে।

দৰাচলতে এই ভিডিঅ’টো কাশ্মীৰৰ। যি ছ’চিয়েল মিডিয়াত এতিয়া বাৰুকৈ ভাইৰেল হৈ পৰিছে। দেশৰ সেনাই যে কেৱল দেশবাসীৰ হকে সকলো পৰিস্থিতিত কাম কৰি যায় আৰু আমাক নিৰাপত্তা প্ৰদানৰ বাবে নিজে কিছুমান এনে পৰিস্থিতিলৈ যায় য’ত সাধাৰণ মানুহে থকাতো সঁচাকৈ অতি কষ্টকৰ বা প্ৰায় অসম্ভৱ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি টুইটাৰত লিখে- ‘তুষাৰপাত হৈ থকাৰ সময়তে শ্বামিমা নামৰ এগৰাকী প্ৰসূতীক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। মুঠ ৪ ঘন্টা ১০০গৰাকী আৰক্ষী জোৱান-বিষয়া আৰু ৩০গৰাকী স্থানীয় লোকে শাৰী পাতি খোজকাঢ়ি গৈ তুষাৰপাতৰ মাজতে প্ৰসূতীগৰাকীক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্য ঠিকেই আছে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি