প্রতিৰক্ষা কমিটিৰ সভাপতি পদত জুৱেল অৰাম, সদস্য পদত ৰাহুল গান্ধী, ভি বিজয়া সাই ৰেড্ডিক বাণিজ্য সম্পর্কীয় সংসদীয় স্থায়ী কমিটিৰ সভাপতি নিযু্ক্ত

  • ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিৰ ভি বিজয়া সাই ৰেড্ডিক বাণিজ্য সম্পর্কীয় সংসদীয় স্থায়ী কমিটিৰ সভাপতি নিযুক্ত।
  • প্রতিৰক্ষা কমিটিৰ সভাপতি পদত নিযু্ক্ত বিজেপিৰ জুৱেল অৰাম।
  • কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু শিৱসেনাৰ অভিষেক সিংভিত প্রতিৰক্ষা কমিটিৰ সদস্য নিযুক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in