শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অনুপম খেৰৰ

626
  • ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অনুপম খেৰৰ৷
  • ২০১৭ চনৰ ১১ অক্টোবৰত অধ্যক্ষ হিচাপে নিযুক্ত হৈছিল অভিনেতাগৰাকী৷
  • প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণীৰ দিনতে এই পদত নিযুক্তি দিয়া হৈছিল অভিনেতাগৰাকীক৷
  • ব্যস্ততাৰ বাবেই পদত্যাগ কৰাৰ কথা দোহাৰে তেওঁ৷
  • বৰ্তমান কেইবাখনো ছবিৰ লগতে এটা আন্তৰ্জাতিক টেলিভিছন শ্ব’ৰ শ্বুটিঙত ব্যস্ত আছে অভিনেতাগৰাকী৷
  • ৩০ অক্টোবৰতে অভিনেতাগৰাকীয়ে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোৰলৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি