ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অনুপম খেৰৰ

ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অনুপম খেৰৰ
  • ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অনুপম খেৰৰ৷
  • ২০১৭ চনৰ ১১ অক্টোবৰত অধ্যক্ষ হিচাপে নিযুক্ত হৈছিল অভিনেতাগৰাকী৷
  • প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণীৰ দিনতে এই পদত নিযুক্তি দিয়া হৈছিল অভিনেতাগৰাকীক৷
  • ব্যস্ততাৰ বাবেই পদত্যাগ কৰাৰ কথা দোহাৰে তেওঁ৷
  • বৰ্তমান কেইবাখনো ছবিৰ লগতে এটা আন্তৰ্জাতিক টেলিভিছন শ্ব'ৰ শ্বুটিঙত ব্যস্ত আছে অভিনেতাগৰাকী৷
  • ৩০ অক্টোবৰতে অভিনেতাগৰাকীয়ে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোৰলৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in