কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযান তীব্ৰতৰঃ ১১টা সন্ত্ৰাসবাদীৰ মৃত্যু…

কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযান তীব্ৰতৰঃ ১১টা সন্ত্ৰাসবাদীৰ মৃত্যু…
  • কাশ্মীৰত সেনা বাহিনীতে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।
  • ৮ অক্টোবৰৰ পৰা আদি লৈকে সন্ত্ৰাসবাদীৰ সৈতে ৯বাৰকৈ সংঘৰ্ষত মিলিত হৈছে সেনা বাহিনী।
  • এই সংঘৰ্ষত এতিয়ালৈকে ১১টা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে।
  • ইফালে শুকুৰবাৰে নিশা হোৱা সংঘৰ্ষত ২টাকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে।
  • সেনা বাহিনীয়ে বৰ্তমানেও কেইবা স্থানতো অব্যাহত ৰাখিছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in