শেহতীয়া খবৰ
ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…  •  মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী...  •  বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...

দিল্লীৰ ভজনপুৰাত খহি পৰিল এটা নিৰ্মীয়মান অট্টালিকা, আহত কমেও ১৩ জন…

107
  • দিল্লীৰ ভজনপুৰাত খহি পৰিল এটা নিৰ্মীয়মান অট্টালিকা।
  • অট্টালিকাটো খহি পৰাৰ ফলত আহত কমেও ১৩ জন লোক।
  • ইফালে এতিয়াও সন্ধান পোৱা হোৱা নাই ৩ ছাত্ৰৰ।
Image
  • অট্টালিকাটোৰ এটা মহলত চলাই থকা হৈছিল এটা কোচিং চেন্টাৰ।
  • শনিবাৰে সন্ধিয়া অট্টালিকাটো ভাগি পৰাত ভগ্নস্তূপৰ মাজত আবদ্ধ হৈ পৰে বহু ছাত্ৰ-ছাত্ৰী।
Image
  • ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • উদ্ধাৰ কৰা ১৩ আহতক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি