দিল্লীৰ ভজনপুৰাত খহি পৰিল এটা নিৰ্মীয়মান অট্টালিকা, আহত কমেও ১৩ জন…

দিল্লীৰ ভজনপুৰাত খহি পৰিল এটা নিৰ্মীয়মান অট্টালিকা, আহত কমেও ১৩ জন…
  • দিল্লীৰ ভজনপুৰাত খহি পৰিল এটা নিৰ্মীয়মান অট্টালিকা।
  • অট্টালিকাটো খহি পৰাৰ ফলত আহত কমেও ১৩ জন লোক।
  • ইফালে এতিয়াও সন্ধান পোৱা হোৱা নাই ৩ ছাত্ৰৰ।
  • অট্টালিকাটোৰ এটা মহলত চলাই থকা হৈছিল এটা কোচিং চেন্টাৰ।
  • শনিবাৰে সন্ধিয়া অট্টালিকাটো ভাগি পৰাত ভগ্নস্তূপৰ মাজত আবদ্ধ হৈ পৰে বহু ছাত্ৰ-ছাত্ৰী।
  • ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • উদ্ধাৰ কৰা ১৩ আহতক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in