৫.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প।
  • ইণ্ডোনেছিয়াৰ বালিত ভূমিকম্পৰ ফলত অনুভূত হয় প্ৰচণ্ড জোঁকাৰণিৰ।
  • এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.৭ বুলি জানিব পৰা গৈছে।
  • মঙলবাৰে আহে এই ভূমিকম্প।
  • ইফালে ভূমিকম্পৰ বাবে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
  • জানিব পৰা হোৱা নাই ক্ষয়ক্ষতিৰ পৰিমাণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in