শেহতীয়া খবৰ
পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

৫.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল…

928
  • ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প।
  • ইণ্ডোনেছিয়াৰ বালিত ভূমিকম্পৰ ফলত অনুভূত হয় প্ৰচণ্ড জোঁকাৰণিৰ।
  • এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.৭ বুলি জানিব পৰা গৈছে।
  • মঙলবাৰে আহে এই ভূমিকম্প।
  • ইফালে ভূমিকম্পৰ বাবে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
  • জানিব পৰা হোৱা নাই ক্ষয়ক্ষতিৰ পৰিমাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি