শেহতীয়া খবৰ
ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন

ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰণি…

1,379

ডিজিটেল ডেস্কঃ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল পাপুৱা নিউ গিনীয়া। ভূমিকম্পৰ ফলত অনুভূত হয় প্ৰচণ্ড জোঁকাৰণিৰ। এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৬.০ বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে আহিছিল এই ভূমিকম্প। বিয়লি ৫.০৮ বজাত অহা ভূমিকম্পৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ। বৰ্তমানলৈকে জানিব পৰা নাই ক্ষয় ক্ষতিৰ পৰিমাণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি