শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

আমফানৰ ফলত এতিয়ালৈকে পশ্চিমবংগত ১২জনৰ মৃত্যু…

  • পশ্চিমবংগত আমফানত নিহত হৈছে ১২জন।
  • পশ্চিমবংগৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰে এই তথ্য।
  • কেইবা সহস্ৰাধিক ঘৰ নষ্ট হৈছে এই ঘূৰ্ণী বতাহত।
  • ১২০ কিলোমিটাৰৰো অধিক বেগত বলিছিল বতাহ।
  • ধ্বংসস্তূপত পৰিণত হৈছে কলকাতা চহৰ।
  • ধাৰাসাৰ বৰষুণ পশ্চিমবংগত।
  • আমফানৰ বাবে অসমতো ৰেড এলাৰ্ট জাৰি।
  • পশ্চিমবংগৰ চুবুৰীয়া জিলাসমূহত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
  • পশ্চিমবংগৰ ৰাজপথত কেইবাখনো যান-বাহন ক্ষতিগ্ৰস্ত হৈছে।
  • অসমতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
  • হাউৰাত মৃত্যু হৈছে এটি ১৩ বছৰীয়া নাবালিকাৰ।
  • ৰাজ্যখনত কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ।