আমফানৰ ফলত এতিয়ালৈকে পশ্চিমবংগত ১২জনৰ মৃত্যু…

আমফানৰ ফলত এতিয়ালৈকে পশ্চিমবংগত ১২জনৰ মৃত্যু…
  • পশ্চিমবংগত আমফানত নিহত হৈছে ১২জন।
  • পশ্চিমবংগৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰে এই তথ্য।
  • কেইবা সহস্ৰাধিক ঘৰ নষ্ট হৈছে এই ঘূৰ্ণী বতাহত।
  • ১২০ কিলোমিটাৰৰো অধিক বেগত বলিছিল বতাহ।
  • ধ্বংসস্তূপত পৰিণত হৈছে কলকাতা চহৰ।
  • ধাৰাসাৰ বৰষুণ পশ্চিমবংগত।
  • আমফানৰ বাবে অসমতো ৰেড এলাৰ্ট জাৰি।
  • পশ্চিমবংগৰ চুবুৰীয়া জিলাসমূহত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
  • পশ্চিমবংগৰ ৰাজপথত কেইবাখনো যান-বাহন ক্ষতিগ্ৰস্ত হৈছে।
  • অসমতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
  • হাউৰাত মৃত্যু হৈছে এটি ১৩ বছৰীয়া নাবালিকাৰ।
  • ৰাজ্যখনত কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in