ডিজিটেল ডেস্ক : .কমনৱেলথ গেমছৰ পৰা আহিল আন এক ভাল খবৰ।মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ।ভাৰতীয় দলটোৰ অন্যতম সদস্য অসম কন্যা হিমা দাস।হিটছত ৪৪.৪৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰিলে ভাৰতে।হিমাৰ সৈতে দলটোত আছে দুতি, শ্বাৱনী আৰু জ্যোতি।.আৰু পঢ়ক : চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত প্ৰাদেশিকৃত ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী…