আন্তঃৰাষ্ট্ৰীয়

শুকুৰবাৰে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোডী

asomiyapratidin
  • দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্যত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।
  • গুজৰাটত প্ৰধানমন্ত্ৰীগৰাকী উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে মিলিত হয় এক বৈঠকত।
  • ভাইব্ৰেন্ট গুজৰাট গ্ল'বেল ছামিটৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণৰ উদ্দেশ্যে ৰাজ্যখনত উপস্থিত মোডী।
  • বৈঠকখনত দুয়োখন ৰাষ্ট্ৰৰ মাজত বুজাবুজি পত্ৰত স্বাক্ষৰিত হয়।