আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাত ভাৰতীয় অভিযন্তাক গুলীয়াই হত্যাৰ চেষ্টা ডকাইতৰ

asomiyapratidin
  • আমেৰিকা যুক্ত ৰাষ্ট্ৰত ভাৰতীয় অভিযন্তাক গুলীয়াই হত্যাৰ চেষ্টা।
  • ছাই কৃষ্ণ নামৰ ইলেক্ট্ৰ্নিক অভিযন্তাগৰাকীক গুলীয়াই ডকাইতে।
  • যোৱা ৩ জানুৱাৰীত সংঘটিত হয় এই গটনা।
  • ছাই কৃষ্ণ নামৰ অভিযন্তাগৰাকীৰ ঘৰ তেলেংগানাত বুলি জানিব পৰা গৈছে।
  • বৰ্তমান আমেৰিকাত চিকিৎসাধীন হৈ আছে অভিযন্তা কৃষ্ণ।