আন্তঃৰাষ্ট্ৰীয়

টকিঅ’ অলিম্পিকৰ পৰা ভাৰতীয় আৰ্চাৰী দলে দিছে সুখবৰ..

asomiyapratidin
  • টকিঅ' অলিম্পিকৰ পৰা আহিছে ভাল খবৰ।
  • হকীৰ পাছত আৰ্চাৰীয়ে দিছে ভাল খবৰ।
  • আৰ্চাৰীৰ মিক্সড ইভেণ্টত ভাৰতৰ দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱৰ যুটীয়ে চাইনিজ টাইপেক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।
  • ইয়াৰ লগে লগে ভাৰতীয় যুটীয়ে কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে।
  • ভাৰতীয় যুটীয়ে চাইনিজ টাইপেক ৫-৩ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।