আফগানিস্তানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।সোমবাৰে আফগানিস্তানৰ কাবুল ইউনিভাৰ্চিটিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।এই আক্ৰমণত ২৫ জন লোকৰ মৃত্যু হোৱাৰ কথা জানিবলৈ পোৱা গৈছে।এএফপি শীৰ্ষক নিউজ এজেন্সিৰ সূত্ৰৰ পৰা এই খবৰ পোৱা গৈছে।