- প্ৰধানমন্ত্ৰী মোডীক আগতীয়াকৈ অভিনন্দন জ্ঞাপন শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ।
- টুইটাৰযোগে অভিনন্দন জনালে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰানিল ৱিক্ৰমেসিংঘেয়ে।
- টুইটাৰত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে-
- 'নৰেন্দ্ৰ মোডীক জয়ী হোৱাৰ বাবে অভিনন্দন জনালো!'
- 'ভৱিষ্যতে একেলগে কাম কৰিম বুলি আশাবীদ।'