আন্তঃৰাষ্ট্ৰীয়

বিমান দুৰ্ঘটনাগ্ৰস্ত, নিহত ৩

asomiyapratidin
  • আমেৰিকাত এখন ক্ষুদ্ৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।
  • মাৰলেণ্ড নামৰ অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • দুৰ্ঘটনা নিহত হৈছে ৩ জন লোক।
  • এটা অট্টালিকাৰ পিছফালে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
  • কথামপি প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ।