আন্তঃৰাষ্ট্ৰীয়

ছিংগাপুৰত মোডীক উষ্ম আদৰণি, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ছিংগাপুৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ছিংগাপুৰৰ ফুল্লাৰট'ন হাস্পতালত উষ্ম আদৰণি জনোৱা হ'ল প্ৰধানমন্ত্ৰীগৰাকীক। দুদিনীয়া ভ্ৰমণসূচীৰে দেশখনলৈ যোৱা প্ৰধানমন্ত্ৰীয়ে হাস্পতালখনত উপস্থিত হৈ কৰমদন কৰ অনুগামীসকলক। চাওঁক ভিডিঅ'-