- পুনৰ বহিঃ দেশত আক্ৰমণৰ সন্মুখীন অসমৰ যুৱক।
- এইবাৰ চৌদী আৰবত অসমৰ যুৱকক হত্যাৰ অপচেষ্টা।
- চৌদী আৰবৰ আলখাৰ্জত কৰ্মসূত্ৰে থকা অসমৰ যুৱকগৰাকীক চোকা অস্ত্ৰৰে কাটি শৰীৰত আঘাত কৰে।
- অসমৰ যুৱকজনৰ ঘৰ হোজাইৰ নুৰ নগৰত।
- কৰ্মৰত প্ৰতিষ্ঠানখনৰ মালিকে আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় অসমৰ যুৱকজন।
- হোজাইৰ যুৱকগৰাকীৰ নাম মিনাজ উদ্দিন।
- গাফীৰউদ্দিন নামৰ যুৱকজনে ৫ মাহৰ পূৰ্বে যুৱকজনক লৈ গৈছিল চৌদি আৰৱলৈ।
- হোজাইৰ একাংশ যুৱকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মিনাজ উদ্দিন।
- শ্ৰমিক হিচাপে চৌদি আৰৱত নিয়োজিত আছিল মিনাজ উদ্দিন।
- মিনাজ উদ্দিনৰ পিতৃ নুৰ নগৰৰ গাওঁবুঢ়া।
- ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে মিনাজ উদ্দিনৰ বহুকেইটা ভিডিঅ'।