পুৱতি নিশা ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়া।৬.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্প অনুভূত।ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ২.৫১ বজাত অনুভূত হয় ভূমিকম্প।ৰাছিয়াৰ ইষ্ট কষ্টৰ কামচাটকাত অনুভূত হয় ভূমিকম্প।বৰ্তমানলৈ কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।