আন্তঃৰাষ্ট্ৰীয়

বিশ্বকাপ ক্ৰিকেটৰ মাজতে নতুন অধিনায়ক নিযুক্তি…

asomiyapratidin

ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত দলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰাৰ শাস্তি পালে এজন অধিনায়কে। বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছতেই অব্যাহতি দিয়া হ'ল আফগানিস্তানৰ অধিনায়ক গুলৱদ্বীপ নায়ৱক। আটাইকেইটা ফৰ্মেটৰ অধিনায়ক পদৰ পৰা আতৰোৱা নায়ৱৰ স্থানত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৰছিদ খানক। টেষ্ট, টি-২০, এদিনীয়াত নতুনকৈ অধিনায়ক পদত ৰছিদ খানক নিযুক্তি দিয়াৰ উপৰিও উপ-অধিনায়ক হিচাপে অছগৰ আফগানক দিয়া হৈছে নিযুক্তি।