পুৱাই ৰাছিয়াত উপস্থিত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।মস্কৌত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব মস্কৌত।৩ দিনীয়া কাৰ্যসূচীৰে মস্কৌলৈ গৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং।