আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে হাতে হাতে জুমুঠি লৈ ৰেলী বাহিৰ… VIDEO

asomiyapratidin
  • পাকিস্তানৰ মুজাফাৰবাদত হাতে হাতে জুমুঠি লৈ প্ৰতিবাদ।
  • নীলুম-ঝিলুম নদীত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে এই প্ৰতিবাদ।
  • নদীবান্ধ নিৰ্মাণৰ দায়িত্ব লোৱা চীনা কোম্পানীৰ বিৰুদ্ধে ৰাজপথত ওলাই আহে মুজাফাৰবাদৰ ৰাইজ।
  • শ শ লোকে হাতত জুমুঠি লৈ বাটত ৰেলী উলিয়ায়।