আন্তঃৰাষ্ট্ৰীয়

হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী… চাওঁক VIDEO

asomiyapratidin
  • হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • হাউডী মোডী কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী।
  • আৰু কিছু সময় পাছতেই ৫০হাজাৰৰো অধিক লোকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • প্রধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও বিষয়া।