আন্তঃৰাষ্ট্ৰীয়

ছিউলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী..

asomiyapratidin
  • দুদিনীয়া ভ্ৰমণৰসূচীৰে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব মোদী।
  • দুয়োখন দেশৰ মাজত বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে মিলিত হ'ব দুয়োগৰাকী নেতা।
  • ছিউলৰ বিমান বন্দৰত উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোডীক।