আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত মোডীৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিবাদঃ নিহত ৪ প্ৰতিবাদকাৰী

asomiyapratidin
  • বাংলাদেশত মোডীৰ ভ্ৰমণত লৈ তীব্ৰ প্ৰতিবাদ ।
  • বাংলাদেশৰ স্বাধীনতাৰ সোনালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া কাৰ্যসূচী আছিল প্ৰধানমন্ত্ৰী মোডীৰ।
  • মোডীৰ ভ্ৰমণক লৈ অসন্তুষ্টি বহু বাংলাদেশী নাগৰিকৰ।
  • মোডীৰ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিবাদ একাংশৰ।
  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা ।
  • আৰক্ষীৰ গুলীত নিহত ৪ প্ৰতিবাদকাৰী।
  • আৰক্ষীৰ সংঘৰ্ষত আহত কেইবাজনো প্ৰতিবাদকাৰী।