ফিলিপাইনছত প্ৰচণ্ড ঘূৰ্ণি বতাহ।সমগ্ৰ দেশতেই জৰুৰীকালীন অৱস্থা ঘোষণা।ঘূৰ্ণিত এই পৰ্যন্তলৈ নিহত ৪৯ ৰো অধিক লোক।বহু সহস্ৰাধিক লোকৰ ঘৰ-দুৱাৰ ভাঙিলে এই ঘূৰ্ণি বতাহে।বিদ্যুৎ সেৱাকে ধৰি অত্যাৱশ্যকীয় সেৱা বন্ধ।