আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানৰ নতুন বিদেশ মন্ত্ৰী মহম্মদ কুৰেশী

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে শপত লোৱা পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ মন্ত্ৰীসভা গঠন কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱা কেইঘণ্টা মানৰ পাছতেই খানে তেওঁৰ নতুন মন্ত্ৰী সকলৰ নাম ঘোষণা কৰে।

ইমৰান খানৰ মন্ত্ৰীসভাত বিদেশ মন্ত্ৰীৰূপে স্থান পাইছে মহম্মদ কুৰেশীয়ে। উল্লেখযোগ্য যে, ২০০৮চনৰ মুম্বাই আক্ৰমণৰ সময়তো পাকিস্তানৰ বিদেশ মন্ত্ৰী আছিল কুৰেশী। মুঠ ২০জনৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে। ইয়াৰে ১৫জন হ'ব মন্ত্ৰী আৰু ৫জন হ'ব প্ৰধানমন্ত্ৰীৰ উপদেষ্টা।

ইমৰান খানৰ মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা-