পাকিস্তানী বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।ছোৰকোটৰ সমীপত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয় পাকিস্তানী বায়ু সেনাৰ মিৰাজ বিমানখন।বায়ু সেনাৰ প্ৰশিক্ষণকালত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।অৱশ্যে এই বিমান দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।