পাকিস্তানৰ বেলুছিস্তানত ভয়ংকৰ বিস্ফোৰণ।বালছিস্তানৰ কুৱেটেৰাত বিয়লি সংঘটিত হয় এই বিস্ফোৰণত।বিস্ফোৰণত নিহত হৈছে ৫জনকৈ লোক।আনহাতে এজন লোক আহত হৈছে এই বিস্ফোৰণত।আহত জনৰ অৱস্থা সংকটজনক।বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে সেয়া জানিব পৰা হোৱা নাই।