আন্তঃৰাষ্ট্ৰীয়

চীনৰ আগত কেতিয়াও অৱনমিত নহওঁঃ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মৰিচন…

asomiyapratidin

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মাৰিচনে কয় যে তেওঁৰ দেশৰ খন চীনৰ দমনৰ আগত অৱনমিত নহয়। চীনে ১৪ দফীয়া এখন অভিযোগ পত্ৰ জাৰি কৰাৰ পিছত মৰিচনে ইয়াৰ তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখ্য যে, এজন চীনা বিষয়াই অষ্ট্ৰেলিয়ান মিডিয়াক ১৪টা অভিযোগৰ এখন তালিকা প্ৰদান কৰিছে। ইয়াত দুয়োখন দেশৰ মাজত বৰ্ধমান উত্তেজনাৰ কাৰণ উল্লেখ কৰা হৈছে।