- লজ এঞ্জেলেছৰ ডলবি থিয়েটাৰত ৯১সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান।
- ৰেজিনা কিঙলৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা।
- 'If Beale Street Could Talk' নামৰ চলচ্চিত্ৰৰ বাবে এই বঁটা।
- মাহেৰশ্বালা আলীলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা।
- 'Green Book' নামৰ চলচ্চিত্ৰৰ বাবে এই বঁটা।
- বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈছে স্পেনিচ ভাষা ছবি 'Roma'
- ছবিখনৰ পৰিছালক Alfonso cuaron
- ভাৰতৰ পটভূতিত নিৰ্মাণ কৰা 'পিৰিয়ড, এন্দ এৱ চেনটেনছ' নামৰ তথ্যচিত্ৰ খনে তথ্যচিত্ৰ চুটি ছবিৰ শিতানত লাভ কৰিছে অস্কাৰ ।
- ৰাইকা জেহতাবচীয়ে নিৰ্মাণ কৰিছে এই তথ্যচিত্ৰ খন।
- দেশ-বিদেশৰ মুঠ ৫ খন তথ্যচিত্ৰক চেৰ পেলাই অস্কাৰ লাভ কৰিছে 'পিৰিয়ড, এন্দ অৱ চেনটেনছ' নামৰ তথ্যচিত্ৰ খনে।
- Bohemian Rhapsody ছবিখনৰ বাবে ৰামী মালিকক শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
- অলিভিয়া কল'মনক শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
- The Favourite ছবিখনৰ বাবে কল'মনক এই বঁটা।
- 'Green Book' ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান।
- এই ছবিখন আমেৰিকাত মুক্তি পাইছিল ২০১৮ চনৰ ২১ নৱেম্বৰত।
- ছবিখনৰ পৰিছালক Peter farrelly
- 'A STAR IS BORN' চলচ্চিত্ৰৰ 'SHALLOW' শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ অস্কাৰৰ সন্মান লেডী গাগালৈ।
এনিমেটেড ফিচাৰ ফিল্ম হিচাপে 'Spider-Man: Into The Spider-Verse'লৈ সন্মান। এলফনছ' কোৱেৰ'নলৈ শ্ৰেষ্ঠ দৃশ্য গ্ৰহণকাৰীৰ সন্মান।
'Black Panther' চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বাবে ৰুথ কাৰ্টাৰলৈ অস্কাৰ।
- শ্ৰেষ্ঠ ডকুমেণ্টৰী (ফিচাৰ) হিচাপে 'Free Solo' নিৰ্বাচিত।
- শ্ৰেষ্ঠ ফিল্ম এডিটিং হিচাপে 'Bohemian Rhapsody' আৰু এনিমেটেড ছৰ্ট ফিল্ম 'BAO'ক এই বঁটা।