জম্মু-কাশ্মীৰত আটক এজন পাকিস্তানৰ নাগৰিকক।জম্মু-কাশ্মীৰৰ আৰ এছ পুৰা ছেক্টৰত আটক কৰা হয় লোকজনক।নিৰাপত্তা বাহিনীয়ে আটক কৰে লোকজনক।জানিব পৰা মতে, পাকিস্তানৰ ছিয়ালকোটৰ নিবাসী লোকজন।