আন্তঃৰাষ্ট্ৰীয়

নীৰৱ মোডীৰ জামিন আৱেদন খাৰিজ…

asomiyapratidin
  • নীৰৱ মোডীৰ জামিন আৱেদন খাৰিজ।
  • লণ্ডন ক'ৰ্টে খাৰিজ কৰিলে এই আৱেদন।
  • অহা ২৯ মাৰ্চলৈ আৰক্ষীৰ জিম্মাত ৰখা হ'ব মোডীক।
  • বুধবাৰে লণ্ডণত গ্ৰেপ্তাৰ কৰা হৈছিল পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডী।