আন্তঃৰাষ্ট্ৰীয়

লণ্ডণত গ্ৰেপ্তাৰ পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডী

asomiyapratidin
  • লণ্ডণত গ্ৰেপ্তাৰ পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডী।
  • ইডিয়ে সদৰি কৰিলে এই কথা।
  • লণ্ডণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নীৰৱ মোডীক।
  • বুধবাৰে আদালতত হাজিৰ কৰোৱা হ'ব পলাতক হীৰা ব্যৱসায়ীজনক।
  • উল্লেখ্য যে, কিছুদিন পূৰ্বে লণ্ডনৰ ৰাজপথত ঘূৰি ফুৰা দেখা গৈছিল নীৰৱ মোডীক।