আন্তঃৰাষ্ট্ৰীয়

পুলৱামা ঘটনাক গৰিহণা দিলে নিউজিলেণ্ড সংসদে…

asomiyapratidin
  • ১৪ ফেব্ৰুৱাৰীৰ পুলৱামা ঘটনাক সমগ্ৰ বিশ্বই দিছে গৰিহণা।
  • বুধবাৰে নিউজিলেণ্ডৰ সংসদেও পুলৱামা ঘটনাক দিলে গৰিহণা।
  • সংসদত পুলৱামা ঘটনাক লৈ এক নিন্দাৰ প্ৰস্তাৱ গৃহীত কৰা হয়।
  • সংসদৰ সমূহ সদস্যৰ সমৰ্থনত গৃহীত হয় এই প্ৰস্তাৱ।
  • সংসদত নিউজিলেণ্ডৰ বৈদেশিক মন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰীয়ে উত্থাপন কৰিছিল এই প্ৰস্তাৱ।