- নাগৰিকত্ব সংশোধনী আইনক লৈ দেশে-বিদেশে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে নিউৰ্য়কত আইনখনৰ সমৰ্থনত সমদল।
- একাংশ প্ৰৱাসী ভাৰতীয়ই দেওবাৰে নিউৰ্য়কত উলিওৱা হয় সমাৱেশ।
- হাতে হাতে প্লে' কাৰ্ড লৈ অৰ্ধ শতাধিক লোকে সাব্যস্ত কৰিলে আইনখনৰ সমৰ্থনত সমদল।
- উল্লেখ্য যে, ইয়াৰ বিপৰীতে লণ্ডন, নিউৰ্য়ক, ইংলেণ্ডেক ধৰি বহু স্থানত আইনখনৰ বিপক্ষেও অব্যাহত আছে প্ৰতিবাদ।