আন্তঃৰাষ্ট্ৰীয়

নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি…

asomiyapratidin
  • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি।
  • বিগত ২৪ ঘন্টাত আক্ৰান্ত হৈছে ১৫৬ জন লোক।
  • ইফালে এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে।
  • আনহাতে বৰ্তমানলৈকে আৰোগ্য হৈছে ১৮৭ গৰাকী লোক।
  • নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য সদৰি কৰিছে।