- নিউজিলেণ্ডৰ কাইস্তচৰ্চৰ দু্টা মছজিদত দুৰ্বৃৰ্ত্তৰ গুলীচালনা।
- গুলীচালনাত মৃত্যু হৈছে ৬জন লোক, আহত হৈছে কেইবাজনো লোক।
- গুলীচালনাৰ সময়ত মছজিদ মজুত আছিল বাংলাদেশৰ ক্ৰিকেট টীমৰ সদস্য সকল।
- কথামপি প্ৰাণৰক্ষা সকলো সদস্যৰ।
- এই সন্দৰ্ভত ক্ৰিকেটাৰ তামিম ইকবালে টুইটত কয়-
- 'কথামপি ৰক্ষা পৰিছে ক্ৰিকেট টীম সকলো সদস্য।'
- 'এটা ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিলো'
- নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে।
- আৰক্ষীয়ে আটক কৰিছে এজন লোকক।
- চি চি কেমেৰাৰ সকলো ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে।
- প্ৰত্যক্ষদৰ্শীৰ ভাষ্যও সংগ্ৰহ কৰিছে আৰক্ষীয়ে।