আন্তঃৰাষ্ট্ৰীয়

টেষ্ট ক্ৰিকেটক বিদায় জনালে মইন আলীয়ে..

asomiyapratidin
  • টেষ্ট ক্ৰিকেট এৰিলে আন এজন ক্ৰিকেটাৰে।
  • টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ললে মঈন আলীয়ে।
  • ইংলেণ্ডৰ অলৰাউণ্ডাৰ মঈন আলীয়ে সোমবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।
  • ৩৪ বছৰীয়া মঈন আলীয়ে কেৰিয়াৰত ৬৪ খন টেষ্ট খেলিছে।
  • এই সময়ছোৱাত তেওঁ ১৯৫ টা উইকেট লাভ কৰিছে।
  • আনহাতে মঈন আলীয়ে কেৰিয়াৰত পাঁচটা শতক অৰ্জন কৰিছে।