বুধবাৰে ২০১৮ বৰ্ষৰ 'মেন বুকাৰ বঁটা' ঘোষণা।আয়াৰলেণ্ডৰ লেখিকা এনা বাৰ্ণছলৈ ২০১৮ বৰ্ষৰ মেন বুকাৰ বঁটা।'মিল্কমেন' শীৰ্ষক গ্ৰন্থৰ বাবে এই স্বীকৃতি প্ৰদান লেখিকাগৰাকীলৈ।মেন বুকাৰ বঁটা বিজয়ী আয়াৰলেণ্ডৰ প্ৰথমগৰাকী লেখিকা এনা বাৰ্ণছ।