আন্তঃৰাষ্ট্ৰীয়

পুৱতি নিশা লণ্ডনত ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin
  • সোমবাৰে পুৱতি নিশা লণ্ডনত ভয়ংকৰ অগ্নিকাণ্ড।
  • পূব লণ্ডনৰ ছেমুৱেল গাৰ্ছাইড হাউছত এই অগ্নিকাণ্ড।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।